logo

ডিফুত জিলা কংগ্রেছ'ৰ যুটীয়া বৰ্ধিত সভা।

ডিফুত কাৰ্বি আংলং জিলা কংগ্রেছ সমিতিৰ যুটীয়া বৰ্ধিত সভাখন অনুষ্ঠিত হয়।

জিলা সভাপতি ৰতন ইংতি'ৰ সভাপতিত্ব অনুষ্ঠিত হোৱা সভাত
সভাত সাংসদ ৰকিবুল হুছেইন। প্ৰমূ্খ্যে কৰি অসম প্ৰদেশ কংগ্রেছ সমিতিৰ কেইৱাগৰাকী নেতাৰ লগতে কাৰ্বি আংলং জিলা কংগ্রেছ দলৰ দলীয় নেতা কৰ্মী সকল উপস্থিত থাকে।

10
56 views