logo

ডকমকাত বিজেপি দলৰ যোগদান কাৰ্য্যসূচী।

কাৰ্বি আংলং স্বায়ত শাসিত পৰিষদৰ মহামায়া পৰিষদীয় সমষ্টিৰ অন্তৰ্গত থকা ডকমকাৰ ৰাচিংজা আক্লামত মহামায়া মণ্ডল বিজেপি যোগদান অনুষ্ঠানত অনুষ্ঠিত হয়।

সভাত জিলা খনৰ আঞ্চলিক ৰাজনৈতিক দল APHLC আৰু কংগ্রেছ দলৰ পৰা প্ৰায় ১২০০ জন দলীয় সমৰ্থক ৰাইজে নিজ দল ত্যাগ কৰি বিজেপি দলত যোগদান কৰে।

সভাত কাৰ্বি আংলং স্বায়ত শাসিত পৰিষদৰ মূখ্য কাৰ্য্যৱাহী সদস্য ডঃ তুলিৰাম ৰংহাং, সাংসদ অমৰ ছিং তিছু , বিধায়ক দৰছিং ৰংহাং, কাৰ্য্যৱাহী সদস্য লুনছিং টেৰণ প্ৰমূ্খ্যে বিজেপি দলৰ নেতা সকল উপস্থিত থাকে।

0
35 views