logo
Select Language
Hindi
Bengali
Tamil
Telugu
Marathi
Gujarati
Kannada
Malayalam
Punjabi
Urdu
Oriya

CUET-2025 পৰীক্ষাত সৰ্বভাৰতীয় পৰ্যায়ত ষষ্ঠ স্থান লাভ ৰঙিয়াৰ জ্যোতিদীপা বায়নৰ

CUET-2025 পৰীক্ষাত সৰ্বভাৰতীয় পৰ্যায়ত ষষ্ঠ স্থান লাভ ৰঙিয়াৰ জ্যোতিদীপা বায়নৰ।

CUET পৰীক্ষাত সৰ্বভাৰতীয় পৰ্যায়ত ষষ্ঠ স্থান লাভ কৰি নিজৰ আসন সু-নিশ্চিত কৰিবলৈ সক্ষম হৈছে ৰঙিয়াৰ জ্যোতিদীপা বায়নে। ৰঙিয়া মূৰাৰা নিবাসী নিৰুজ কুমাৰ বায়নৰ কন্যা জ্যোতিদীপা বায়ন।

123
10004 views

Comment