logo

পৰ্যটকৰ বাবে বন্ধ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান

•২৪-২৫ বর্ষত ৪,০৬,৫৬৪ পৰ্যটকৰ কাজিৰঙা দৰ্শন

•১৭,৬৯৩গৰাকী বিদেশী পৰ্যটকৰ আগমন

•১০,৯০,৮৯,৩৮৯ টকা ৰাজহ সংগ্ৰহ

বান-বাৰিষাৰে মোকাবিলা কৰিবলৈ সাজু উদ্যান কর্তৃপক্ষ

26
725 views