বিজেপি ধুবুৰী জিলা সমিতিৰ গঠণ,প্ৰকাশ হল বিষয় ববিয়াৰ তালিক-
বিজেপি অসম প্ৰদেশৰ আজি ২৯ খন জিলা সমিতিৰ বিষয় ববিয়া তালিকা প্ৰকাশ হৈছে। ঠিক সেইদৰে ধুবুৰী জিলাতো জিলা সমিতিৰ বিষয় ববিয়াৰ তালিকা প্ৰকাশ হল। এই সমিতিত বিষয় ববিয়া তালিকাত বহুত নতুন মূখ স্থান পাইছে- উল্লেখনীয় বিষয় এই যে- জিলা সভাপতি ৰঞ্জিত কুমাৰ ৰায়ে শ্ৰীনবিন কুমাৰ সৰকাৰ আৰু কমলা কান্ত ৰায়ক দিছে জিলা সাধাৰন সম্পাদকৰ দৰে গুৰুত্বপূৰ্ন দায়িত্ব।