logo

নৰ্থ ইষ্ট জাৰ্নেলিষ্ট এণ্ড ডিজিটেল মেডিয়া সন্থাৰ অষ্টম বাৰ্ষিক অধিবেশন সম্পন্ন-----

নৰ্থ ইষ্ট জাৰ্নেলিষ্ট এণ্ড ডিজিটেল মেডিয়া সন্থাৰ অষ্টম বাৰ্ষিক অধিবেশন সম্পন্ন-----
৩২ গৰাকী বিশিষ্ট সমাজ সেৱক,সাংবাদিকক বঁটা প্ৰদান----
গুৱাহাটী :-
অসমৰ তথা উত্তৰ পূৰ্বাঞ্চলৰ সংবাদিকৰ দ্বাৰা গঠন হোৱা নৰ্থ ইষ্ট জাৰ্নেলিষ্ট এণ্ড ডিজিটেল মেডিয়া সন্থাৰ আজি দিন জোৰা কাৰ্যসুচীৰে লখিমপুৰ জিলাৰ নাৰায়ণপুৰ দেউৰী কলাক্ষেত্ৰৰ প্ৰেক্ষাগৃহত অষ্টম বাৰ্ষিক অধিবেশন খনি অনুষ্ঠিত হয় । কেন্দ্ৰীয় সমিতিৰ উদ্যোগত চি&এচি নিউজ আৰু ব্ৰহ্মপুত্ৰ নিউজৰ সহযোগত আজি কেন্দ্ৰীয় সমিতিৰ অষ্টম বাৰ্ষিক অধিবেশনত উপলক্ষে আয়োজন কৰা অনুষ্ঠানত সমাজৰ বাবে কাম কৰি যোৱা কেবাজনো বিশেষ ব্যক্তিক সন্মান জনোৱা হয়। সেই বিশেষ ব্যক্তি সকলৰ নাম সমুহ হৈছে ক্ৰমে,
১/নিতুমনি শইকীয়া মুখ্য সম্পাদক প্ৰতিদিন টাইম ,সংবাদ ৰত্ন বটাঁৰে সন্মান জনোৱা হ'ব।

২/ কুশল শইকীয়া প্ৰাগ নিউজৰ জেষ্ঠ সাংবাদিক লখিমপুৰ ।শ্ৰেষ্ঠ সংবাদ বটাঁ,(জিলা )
৩/ বুবুল হাজৰিকা ,সাংবাদিক উত্তৰ অসম বীৰ্ৰু ,প্ৰতিদিন টাইম (শ্ৰেষ্ঠ সংবাদ বটাঁ (জিলা ) ।
৪/জীৱন গোস্বামী জেষ্ঠ সাংবাদিক নিয়মীয়া বাৰ্তা ,লখিমপুৰ ,শ্ৰেষ্ঠ সংবাদ বটাঁ (জিলা ) ।
৫/ৰবিন্দ্ৰ উপাধ্যায় জেষ্ঠ সাংবাদিক নিউজ লাইভ ,নাওবৈছা ,শ্ৰেষ্ঠ সংবাদ বটাঁ (জিলা ) ।
৬/ দিপেন বৰা জেষ্ঠ সাংবাদিক, দৈনিক জনমভূমি, শ্ৰেষ্ঠ সংবাদ বটাঁ (জিলা) ।
৭/কুমুদ শইকীয়া ,জেষ্ঠ সাংবাদিক আমাৰ অসম ,শ্ৰেষ্ঠ সংবাদ বটাঁ(জিলা)
৮/জগত গগৈ ,সাংবাদিক ,নিয়মীয়া বাৰ্তা,শ্ৰেষ্ঠ সংবাদ বটাঁ (জিলা ) ।
৯/দিপান্ত কাকতি ,সাংবাদিক ND 24x7 ,শ্ৰেষ্ঠ সংবাদ বটাঁ (জিলা) ।
১০/প্ৰদীপ বড়া ,অসমীয়া প্ৰতিদিন শ্ৰেষ্ঠ সংবাদ বঁটা(জিলা) ।
১১/বিকাশ গগৈ( বিকাশ অসম) ,যুৱ সংগঠক বঁটা ।
১২/মইনুল ইছলাম ,যুৱ সংগঠক বঁটা ।
১৩/ চিৰন্জীৱ বৰদলৈ ,অগ্নি কন্ঠ বঁটা ।
১৪/ দিপাংকৰ নাথ ,অগ্নি কন্ঠ বঁটা ।
১৫/ লাৱন্য দত্ত , (চৰাইদেও জিলা)সমাজ সেৱা বঁটা ।
১৬/ উত্তম গগৈ ,(গুৱাহাটী )সমাজসেৱা বঁটা ।
১৭/ আমিনুৰ ৰহমান ,(নাওবৈচা) শ্ৰেষ্ঠ সংবাদ ‌বঁটা ।
১৮/আমিনুৰ ৰহমান ,সহকাৰী সম্পাদক, (আমছু)যুৱ সংগঠক বঁটা ।
১৯/ সঞ্জীৱ চিৰাম দেউৰী, ৰুদ্ৰকণ্ঠ বঁটা ।
২০/ বিজিত পায়েং , জনগোষ্ঠীয় সংগঠক বঁটা ।
২১/ নবুল কোঁৱৰ, জেষ্ঠ সাংবাদিক (নাজিৰা )শ্ৰেষ্ঠ সংবাদ বঁটা।(জিলা)
২২/ চাহাবুদ্দিন আহমেদ ( আচাম টক্চ) শ্ৰেষ্ঠ সংবাদ বঁটা।(জিলা)
২৩/ দিপাংকৰ কলিতা (গুৱাহাটী) শ্ৰেষ্ঠ সংবাদ বঁটা। (জিলা)
২৪/ বিশ্বজিৎ ভূঞা ,ডি এ নিউজ প্লাছ, শ্ৰেষ্ঠ সংবাদ বঁটা (জিলা)

২৫/ আকাশবীৰ শইকীয়া ,বজ্ৰ কণ্ঠ বঁটা ।
২৬/ দিপাংকৰ নাথ, অগ্নি কণ্ঠ বঁটা।জ
২৭/ বিকাশ ভূমিজ যুৱ সংগঠক বঁটা।
২৮/ মইনুল ইছলাম লখিমপুৰ যুৱ সংগঠক বঁটা।

২৯/ আজিম উদ্দিন সেখ, দৈনিক গণ অধিকাৰ ,(পৰ্বতযোৰা ),শ্ৰেষ্ঠ সংবাদ বঁটা । কে ধৰি শতাধিক ব্যক্তিক সমবধনা জনোৱা হয়

6
3831 views
1 comment