logo
Select Language
Hindi
Bengali
Tamil
Telugu
Marathi
Gujarati
Kannada
Malayalam
Punjabi
Urdu
Oriya

কলিয়াবৰত খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ ব্যৱস্থাপনাত ৰেচন কাৰ্ড বিতৰণ কাৰ্যসূচী

কলিয়াবৰত খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ ব্যৱস্থাপনাত ৰেচন কাৰ্ড বিতৰণ কাৰ্যসূচী।

উপস্থিত থাকে অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী ও স্থানীয় বিধায়ক কেশৱ মহন্ত।

নতুন ৰেচন কাৰ্ড বিতৰণৰ তৃতীয় পৰ্যায়ৰ কাৰ্যসূচীত আজি কলিয়াবৰৰ মুঠ ২২ টা গাঁও পঞ্চায়তৰ ১৮ হাজাৰ ৬ শ ১২ গৰাকী হিতাধিকাৰীলৈ ৰেচন কাৰ্ড প্ৰদান।

ইয়াৰ জৰিয়তে ৩ হাজাৰ ২ শ ৩৮ টা পৰিয়াল উপকৃত হ'ব।

ৰেচন কাৰ্ড প্ৰদান অনুষ্ঠানত কলিয়াবৰ সমজিলাৰ আয়ুক্ত লিজা তালুকদাৰকে প্ৰমুখ্য কৰি এজিপি আৰু বিজেপি দলৰ বিষয়ববীয়া সকল উপস্থিত থাকে।

ৰেচন কাৰ্ড নিবলৈ আহি মুখ্যমন্ত্ৰীক ধন্যবাদ জ্ঞাপন হিতাধিকাৰী সকলৰ।

151
915 views

Comment