logo

মহাপুৰুষ শ্ৰীমন্তশঙ্কৰদেৱৰ স্মৃতি বিজড়িত ঐতিহাসিক মধুপুৰ সত্ৰত মধুপুৰ মহোৎসৱ ২৪, আৰু ২৫ ডিচেম্বৰ ২০২৪ তাৰিখে উদযাপন কৰে ৷

কোচবিহাৰ মধুপুৰ সত্ৰত যোৰহাটৰ নৃগোষ্ঠীয় সাংস্কৃতিক মঞ্চৰ শিল্পী সকলে ২৫ ডিচেম্বৰ ২০২৪ তাৰিখে মধুপুৰ মহোৎসৱ উপলক্ষে সন্ধিয়া ৫বজাত অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ সহযোগত “সীতা হৰণ বালী বধ“ ভাওনা পৰিচালক ড° দ্বিপেন দাস , লুকু কোঁৱৰ আৰু দোঁহাৰ -কৌশিক বৰুৱা দেৱৰ তত্ত্বাৱধানত সুন্দৰ ভাৱে প্ৰদৰ্শন কৰে ৷ কোচবিহাৰ মধুপুৰ সত্ৰৰ ভক্তপ্ৰাণ ৰাইজৰ লগতে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা যোৱা বাপ-আই সমস্তই ভাওনা ভাগী চাই আপ্লুত হৈ দলটিৰ প্ৰতি গৰাকী শিল্পীক প্ৰশংসা কৰে ৷

16
649 views