logo
Select Language
Hindi
Bengali
Tamil
Telugu
Marathi
Gujarati
Kannada
Malayalam
Punjabi
Urdu
Oriya

যোৰহাট জিলা কৰ্মচাৰী পৰিষদৰ ২০২৪-২৬ বৰ্ষৰ জিলা কাৰ্যনিৰ্বাহকৰ শপত গ্ৰহণ সম্পন্ন

যোৱা ২৬/১০/২০২৪ তাৰিখ শণিবাৰে ২০২৪-২৬ বৰ্ষৰ জিলা কাৰ্যনিৰ্বাহকৰ শপত গ্ৰহণ অনুষ্ঠান সম্পন্ন হয়।লক্ষীকান্ত গগৈক সভাপতি,প্ৰদীপ ৰাজখোৱাক সম্পাদক,বিদ্যুত ভূষণ বৰাক কোষাধ্যক্ষ হিচাপে লৈ এখন শক্তিশালী সমিতিয়ে পদ আৰু গোপনীয়তাৰ শপত গ্ৰহণ কৰে।

136
3954 views

Comment