আউনীআটী সত্ৰ কাতিবিহু পালন
মাজুলীৰ শৰৎ ৰ উৎসৱ কাতি বিহু আউনিআটী সত্ৰৰ ৩৭১ বছৰীয়া আকাশবন্তি প্ৰজ্বলন।আধ্যাত্মিক পৰিবেশত উদুলি-মুদুলি সত্ৰৰ চৌপাশ।