logo

তেজপুৰত মহিন্দ্ৰৰ THAR ROXX মুকলি জুবিন গাৰ্গৰ

TEZPUR # তেজপুৰত মহিন্দ্ৰৰ THAR ROXX মুকলি জুবিন গাৰ্গৰ। তেজপুৰৰ মহিন্দ্ৰ ডীলাৰত মুকলি THAR ROXXৰ নতুন মডেল। অত্যাধুনিক-বিলাসী THAR ROXXত বহি জুবিন গাৰ্গে কলে মহিন্দ্ৰৰ অল নিউ M GLYDE প্লেট ফর্মত নির্মিত হৈছে THAR ROXX, ৩ অক্টোবৰৰ পৰা অনলাইন, মহিন্দ্ৰ ডীলাৰত হ'ব THAR ROXXৰ বুকিং। তেজপুৰত THAR ROXXৰ মুকলি অনুষ্ঠানত জুবিন গাৰ্গে বৰ্ণনা কৰিলে তেওঁৰ অভিজ্ঞতা।

30
3699 views