logo
Select Language
Hindi
Bengali
Tamil
Telugu
Marathi
Gujarati
Kannada
Malayalam
Punjabi
Urdu
Oriya

হোজাই জিলা জাতীয় বিদ্যালয় সমন্ধয়ৰক্ষী সমিতিৰ উদ্যোগত প্ৰাক বিদ্যালয় শিক্ষক প্ৰশিক্ষণ

হোজাই জিলা জাতীয় বিদ্যালয় সমন্ধয়ৰক্ষী সমিতিৰ উদ্যোগত আৰু অসম জাতীয় বিদ্যালয় ন্যাসৰ জৰিয়তে ১৭ আৰু ১৮ আগষ্ট ২০২৪ তাৰিখৰ পৰা দুদিনিয়া কৈ প্ৰাক বিদ্যালয় শিক্ষক প্ৰশিক্ষণ কাৰ্যসূচীৰ আজিৰ প্রথম দিনা হোজাই জিলা জাতীয় বিদ্যালয় সমন্ধয়ৰক্ষী সমিতি তথা প্ৰশিক্ষণ পৰিচলনা সমিতিৰ সভাপতি শ্ৰীযুত লক্ষণ পাটগিৰি ডাঙৰীয়াই জিলা সমিতিৰ পতাকা উত্তোলন কৰি আজিৰ দিনটোৰ প্ৰশিক্ষণৰ শুভ উদ্বোধন কৰে আৰু লগতে হোজাই জিলা জাতীয় বিদ্যালয় সমন্ধয়ৰক্ষী সমিতিৰ অন্তৰভুক্ত বিদ্যালয়সমূহে নিজ নিজ বিদ্যালয়ৰ পতাকা উত্তোলন কৰে। উক্ত অনুষ্ঠানত
উপস্থিত থাকে অসম জাতীয় বিদ্যালয়, নুনমাটিৰ পৰা অহা সমল বক্তি অলকা গোস্বামী আৰু জুলি শইকীয়া (জেষ্ঠ শিক্ষয়েত্ৰী অসম জাতীয় বিদ্যালয়) ।

152
60924 views

Comment