logo

ৰাইজৰ দলৰ সংবাদমেল

ৰাইজৰ দলৰ সাধাৰণ সম্পাদক আজি এখন সংবাদ মেলত কয় যে চিকিৎসালয়ৰ যি মাচুল বৃদ্ধি কৰিছে ইয়াৰ দ্বাৰা সাধাৰন ৰাইজৰ বহুত অসুবিধাত পৰিব। যি সকল দুখিয়া দৰিদ্ৰ সেই সকল হে চিকিৎসালয়ত লাইনত থিয় দিয়ে। যি সকল পইচা থকা তেওলোক প্ৰাইভেত মেডিকেলত হে যায়।

61
7432 views