logo

#মঙলদৈত কেঞ্চাৰ ৰোগৰ সজাগতা সভা।


মঙ্গলদৈস্থিত ১ নং ওৱাৰ্ডৰ *Apollo Information center* ৰ উদ্যোগত অনুষ্ঠিত হয় সজাগতা মুলক অনুষ্ঠান।
অনুষ্ঠানত সমল ব্যক্তি হিচাবে উপস্থিত থাকে চেন্নাই এপল' হস্পিতালৰ বিশেষজ্ঞ চিকিৎসক কে, জে, ৰঘুনাথ।

10
4849 views