logo
Select Language
Hindi
Bengali
Tamil
Telugu
Marathi
Gujarati
Kannada
Malayalam
Punjabi
Urdu
Oriya

Electric Bill and Electricity র বিৰুদ্ধে সধারণ জনতাৰ যুঁজ ।

রাজ্যর সধারণ জনতাৰ মাজত হাহাকাৰ সৃষ্টি কৰা চৰকাৰী বিভাগ Electricity, prepaid system আৰু Electricity Bill র বিৰুদ্ধে উদালগুরি জিলাৰ টংলার জনতা রাজ পথত বিভিন্ন শব্দরে চরকার ব্যবস্থা বিফলতাৰ বিৰুদ্ধে এক বিদ্ৰোহ সংঘটিত হোৱা দেখা গৈছে। যদিও বৰ্তমান সময়ত ইয়াৰ অগ্ৰগতি অব্যাহত ৰাখিছে ।জনতাৰ দাবী prepaid system বন্ধ কৰিব লাগে আৰু বিল শুদ্ধ ও সময় মতে গ্ৰহকে পাব লাগে।

149
1881 views

Comment