আজি BJP দলৰ বিশাল জন সভা| হাজাৰ হাজাৰ মানুহৰ আন্তৰিক মৰম ডঃ হিমন্ত বিশ্ব শৰ্মালৈ
হাজাৰ হাজাৰ মানুহ মামা ডঃ হিমন্ত বিশ্ব শৰ্মাৰ দৰ্শন পাবলৈ গৈছিল | কিন্ত দঃখ লগা বিষয় বতৰ বেয়া হোৱাৰ কাৰণে মামা আহিব পৰা নাই BJP+AGP দলৰ আশাবাদী নেতা জাবেদ ইছলামে কিছুসময়ৰ ভাষন দি সভাখন সমাপ্ত কৰৈ