BPF দলৰ নিৰ্বাচনি কাৰ্য্যালয় মুকলি কৰাৰ দৃশ্য
আজি ১৬-০৪-২৪ তাৰিখ মঙলবাৰে মাজবাট টাউনত বি পি এফ দলৰ নিৰ্বাচনী কাৰ্য্যালয় মুকলি উপলক্ষে হোৱা কাৰ্য্যসূচীৰ কিছু মুহুৰ্ত।উপস্থিত থাকে BPF দলৰ MP হিচাপে প্ৰক্ষেপিত প্রার্থী শ্রীযুত দুৰ্গাদাস বড়ো।