logo
Select Language
Hindi
Bengali
Tamil
Telugu
Marathi
Gujarati
Kannada
Malayalam
Punjabi
Urdu
Oriya

মৰিয়নীত নাহৰফুটুকী পিঞ্জৰাবদ্ধ।

মৰিয়নীত নাহৰফুটুকী পিঞ্জৰাবদ্ধ।

নকছাৰিৰ চিনাতলী গাঁৱত পিঞ্জৰাবদ্ধ নাহৰফুটুকীটো।

চিনাতলীৰ চন্দ্ৰ সন্দিকৈৰ বাগানত পিঞ্জৰাবদ্ধ নাহৰফুটুীটো।

বনবিভাগে পাতি থৈছিল পিঞ্জৰাটো।

এটা পিঞ্জৰাত এজনী ছাগলী দি বনবিভাগে পিঞ্জৰাবদ্ধ কৰিলে নাহৰফুটুকীটো।


বিগত বহুদিনৰ পৰা অঞ্চলটোত নাহৰফুটুকীটোয়ে চলাই আহিছিল সন্ত্ৰাস।

185
13149 views

Comment