logo

আমাৰ সংস্কৃতি, আমাৰ গৌৰৱ... নতুন দিল্লীৰ ৰাজপথত অনুষ্ঠিত ৭৪ সংখ্যক গণৰাজ্য দিৱসৰ পেৰেডত পুণ্যতীৰ্থ মা কামাখ্যা দ

আমাৰ সংস্কৃতি,
আমাৰ গৌৰৱ...

নতুন দিল্লীৰ ৰাজপথত অনুষ্ঠিত ৭৪ সংখ্যক গণৰাজ্য দিৱসৰ পেৰেডত পুণ্যতীৰ্থ মা কামাখ্যা দেৱালয়, মহান বীৰ লাচিত বৰফুকন আৰু অসমীয়াৰ বাপতিসাহোন বিহুৰ প্ৰদৰ্শনেৰে আমাৰ চহকী ঐতিহ্যৰ কিছু দৃশ্যাংশ....

গণৰাজ্য দিৱসৰ এই পেৰেডত অসমৰ প্ৰতীকপদ উপস্থাপন কৰাৰ ক্ষেত্ৰত যি সকল ব্যক্তিয়ে সহায় সহযোগিতা আগবঢ়ালে,যি সকল ব্যক্তিৰ নিৰন্তৰ প্ৰয়াস আৰু প্ৰচেষ্টাৰ ফলত এই কাম সম্পূৰ্ণ হৈ উঠিল, সকলোকে সাংস্কৃতিক বিভাগৰ তৰফৰ পৰা ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ।

Filled with immense pride at the display of our state's immensely rich heritage showcasing Maa Kamakhya, legendary icon Lachit Barphukan, at the Assamese tableu at the 74th #RepublicDay parade at New Delhi

I would like to thank and extend my heartfelt gratitude on behalf of the Directorate of Cultural Affairs, Rabindra Bhawan, Assam to everyone who contributed to the presentation of the Assam tableau in this Republic Day parade and whose tireless efforts made this work possible.

PMO India
CMO Assam

0
14635 views