logo

সৰুক্ষেত্ৰী সমষ্টিৰ জনপ্ৰিয় বিধায়ক মাননীয় জাকিৰ হুছেইন সিকদাৰৰ নেতৃত্বত খৰধৰা (ভেৰাৰ ভিঠা) বজাৰৰ ওচৰত থকা কালদিয়া নদ

সৰুক্ষেত্ৰী সমষ্টিৰ জনপ্ৰিয় বিধায়ক মাননীয় জাকিৰ হুছেইন সিকদাৰৰ নেতৃত্বত খৰধৰা (ভেৰাৰ ভিঠা) বজাৰৰ ওচৰত থকা কালদিয়া নদীৰ ভঙা ছিঙা, জ্বৰাজিৰ্ণ দলংখন পুনৰ মেৰামতিৰ কাম পুৰ্ণগতিত আৰম্ভ হ'ল। উদ্ধোধনী অনুষ্ঠানত উপস্থিত থাকে ৪৪ নং পশ্চিম পাকা গাওঁ পঞ্চায়তৰ উপ- সভানেত্ৰী মাননীয়া সহৰ ভানু ডাঙৰীয়ানী, প্ৰবক্তা মাননীয় মোবাৰক আলী, নুৰুল ইছলাম বি,এছ,চি,সমাজ কৰ্মী মৰ্তুজ আলী, ওমেদ আলী,ছুৰুত জামাল, বজাৰ কমিটিৰ সভাপতি মাননীয় হান্নান আলী ডাক্তৰ প্ৰমুখ্যে অঞ্চলটোৰ গণ্যমান্য বেক্তি।
দলংখনৰ কাম পূৰ্ণগতিত আৰম্ভ হোৱাত অঞ্চলৰ ৰাইজে উতফল্লিত হৈছে আৰু মাননীয় বিধায়ক জাকিৰ হুছেইন সিকদাৰ ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছে।
TX MLA SIR

27
20703 views
  
1 shares