logo

বিজনীৰ বিষ্ণুপুৰ সমাজ কল্যাণ হাইস্কুলত আগন্তুক উচ্চ মাধ্যমিক /HSLC পৰীক্ষাৰ্থীক লৈ বিদায়ী সম্ভাষন সভা । চিৰাং জ

বিজনীৰ বিষ্ণুপুৰ সমাজ কল্যাণ হাইস্কুলত আগন্তুক উচ্চ মাধ্যমিক /HSLC পৰীক্ষাৰ্থীক লৈ বিদায়ী সম্ভাষন সভা ।


চিৰাং জিলাৰ বিজনী মহকুমাৰ অন্তৰ্গত ২ নং বিষ্ণুপুৰ বজাৰ স্থিত সমাজকল্যাণ হাইস্কুলত বিদ্যালয় পৰিচালনা সমিতিয়ে এইবছৰৰ দশম শ্ৰেণীৰ ১৫৭ গৰাকী পৰীক্ষাৰ্থীক বিদায় দিয়াৰ উদ্দেশ্যৰে ছাত্ৰ -ছাত্ৰীক লৈ বিদায়ী সম্ভাষন সভা অনুষ্ঠিত কৰে ।
আজিৰ সভাত সভাপতিত্ব কৰে -সমাজকল্যাণ হাই স্কুল পৰিচালনা সমিতিৰ সভাপতি ৰঞ্জিত সৰকাৰে । সভাৰ উদেশ্যে ব্যাখ্যা কৰে -বিদ্যালয় খনৰ ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষয়েত্ৰী - সাধনা মিত্ৰ ।
উদ্বোধনী ভাষন ৰাখে - বিষ্ণুপুৰ সমাজ কল্যাণ ME স্কুলৰ প্ৰধান শিক্ষক * সূভাষ চন্দ্ৰ মণ্ডল ,
আজিৰ বিদায় সম্ভাষন সভাত উপস্থিত থাকে * ১ ৮ নং মানস ছেৰফাং পৰিষদীয় সমষ্টিৰ প্ৰাক্তন MCLA অতিন হাজং , বিষ্ণুপুৰ VCDC প্ৰাক্তন চিয়াৰমেন গদাধৰ দাস ,
BTR বাঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ বিষ্ণুপুৰ আঞ্চলিক সমিতিৰ সাধাৰণ সম্পাদক * সুকদেৱ ৰাজবংশী ,
সমাজ কল্যাণ হাইস্কুলৰ শিক্ষক * মইনা চন্দ্ৰ দাস , বিদ্যালয়ৰ পৰিচালনা সমিতিৰ প্ৰাক্তন সভাপতি সত্যেন্দ্ৰনাথ মল্লিক , সদস্য * হৰিচৰণ বিশ্বাস ,
বিদ্যালয় পৰিচালনা সমিতিৰ
সদস্য/ সদস্যা সকল , বিষ্ণুপুৰ সমাজ কল্যাণ হাইস্কুলৰ সহকাৰী শিক্ষক সকল , বিষ্ণুপুৰ বজাৰ সমিতিৰ সম্পাদক * নিৰ্মল দাস
সমাজকৰ্মী ভুৱন বৰ্মনৰ লগতে স্থানীয় গাওঁবুঢ়াৰ লগতে সমাজকৰ্মী সকলেই উপস্থিত থাকে ।

0
14635 views