logo
Select Language
Hindi
Bengali
Tamil
Telugu
Marathi
Gujarati
Kannada
Malayalam
Punjabi
Urdu
Oriya

০৫/০২/২২ ইং তাৰিখে ধুমুহা আৰু শিলাবৃষ্টিৰ ফলত চন্দ্ৰপুৰ ৰাজহ চক্ৰৰ অধীনত প্ৰায় ৩৫০ ৰ অধিক পৰিয়ালৰ খেতি-পথাৰৰ লগতে বহু

০৫/০২/২২ ইং তাৰিখে ধুমুহা আৰু শিলাবৃষ্টিৰ ফলত চন্দ্ৰপুৰ ৰাজহ চক্ৰৰ অধীনত প্ৰায় ৩৫০ ৰ অধিক পৰিয়ালৰ খেতি-পথাৰৰ লগতে বহু ঘৰৰ ক্ষতি হয়।০৬/০২/২২ ইং তাৰিখে চন্দ্ৰপুৰ ৰাজহ চক্ৰ বিষয়া জিন্টু বৰাৰ লগতে গাওঁ বুঢ়া আৰু অন্যান্য বিষয়াসকলৰ সৈতে মিছামাৰী,নিজ পানবাৰি,কমাৰপুৰ,ধাম খুন্দা,ধিপুজী জান পামৰ লগতে আৰু কেইবাটাও এলেকা পৰিদৰ্শন কৰি ক্ষতিগ্ৰস্ত হোৱা ৰাইজৰ বুজ লয়।

চন্দ্ৰপুৰৰ পৰা বাবলু নমঃ শূদ্ৰ

186
24523 views
1 shares

Comment