কাৰ্বি আংলঙৰ ৰংবংৱেৰ পৰা নিৰুদ্দেশ হোৱা পুলিং বিষয়া কৰ্ণেলিয়াছ কিন্দো'ৰ মৃতদেহ উদ্ধাৰ
কাৰ্বি আংলঙৰ ৰংবংৱেৰ পৰা নিৰুদ্দেশ হোৱা পুলিং বিষয়া কৰ্ণেলিয়াছ কিন্দো'ৰ মৃতদেহ উদ্ধাৰ
ৰংবংৱেৰ পাহাৰীয়া এলেকাত উলংগ অৱস্থাত উদ্ধাৰ মৃতদেহটো।
যোৱা ৯ এপ্ৰিলত অনুষ্ঠিত অসম বিধান সভা নিৰ্বাচনত কাৰ্বি আংলং জিলাৰ ১৯ নং চাৰপ কাথাৰ এল. পি. স্কুলত পুলিং বিষয়াৰ দায়িত্বত আছিল কৰ্ণেলিয়াচ কিন্দো।
বিদ্যালয়ৰ পৰাই ওলাই যোৱাৰ পিছতে সন্ধানহীন হৈ পৰিছিল শিক্ষকজন।
কৰ্ণেলিয়াছ কিন্দো' কাৰ্বি আংলং জিলাৰ লুম্বাজং ব্লকৰ অন্তৰ্গত কঁঠালগুৰি নেপালী বস্তি এল. পি. স্কুলৰ ৰঙাপাহাৰ ক্লাষ্টাৰৰ টেট শিক্ষক হিচাপে কৰ্মৰত আছিল।