logo
Select Language
Hindi
Bengali
Tamil
Telugu
Marathi
Gujarati
Kannada
Malayalam
Punjabi
Urdu
Oriya

ভাৰতীয় সংবিধানৰ মূল খনিকৰ, স্বাধীনোত্তৰ ভাৰতৰ প্ৰথমগৰাকী আইন মন্ত্ৰী ড° ভীমৰাও আম্বেদকাৰদেৱে সংবিধানৰ জৰিয়তে মূল্যবোধ, সামাজিক ন্যায় আৰু সমন্বয়ৰ মহান

ভাৰতীয় সংবিধানৰ মূল খনিকৰ, স্বাধীনোত্তৰ ভাৰতৰ প্ৰথমগৰাকী আইন মন্ত্ৰী ড° ভীমৰাও আম্বেদকাৰদেৱে সংবিধানৰ জৰিয়তে মূল্যবোধ, সামাজিক ন্যায় আৰু সমন্বয়ৰ মহান আদৰ্শেৰে সকলোকে অনুপ্ৰাণিত কৰি থৈ গৈছে। তেখেতে বিচক্ষণ চিন্তাধাৰা আৰু পৰিকল্পনাৰে ভাৰতীয় গণতন্ত্ৰক শক্তিশালী ৰূপত প্ৰতিষ্ঠা কৰিছিল।

আজি পুণ্য জয়ন্তীত বাবা চাহেবক শ্ৰদ্ধাৰে সুঁৱৰিছোঁ। আমি সকলোৱে তেখেতৰ দৃষ্টিভংগী-দৰ্শন হৃদয়ংগম কৰি ৰাষ্ট্ৰ তথা সমাজৰ প্ৰগতি আৰু সুৰক্ষাৰ হকে অৱদান আগবঢ়াবলৈ বদ্ধপৰিকৰ হওঁ আহক।

0
0 views

Comment