logo
Select Language
Hindi
Bengali
Tamil
Telugu
Marathi
Gujarati
Kannada
Malayalam
Punjabi
Urdu
Oriya

বিশিষ্ট সাংবাদিক সুকুমাৰ মেধিৰ দেহাৱসান

১৩ এপ্ৰিল, ২০২৬ :: দক্ষিণ কামৰূপৰ এগৰাকী বিশিষ্ট সাংবাদিক, ক্ৰীড়া সংগঠক, লোক-সংস্কৃতিৰ গুৰু ৰূপে স্বীকৃত ছয়গঞা প্ৰাণ, সুকুমাৰ মেধিয়ে আজি পুৱা ৫-২৫ বজাত মৃত্যুক সাৱটি লয়।

6
2079 views

Comment