কালি ৰাতি ৮.৩০ বজাত ১০/০৪/২০২৬ তাৰিখে চাটাইমাৰি অঞ্চলৰ আমজাদ হুছেইন নামৰ মানুহ জনৰ আকস্মিক মৃত্যুত অঞ্চলটোত শোকৰ ছাঁ পেলাইছে