logo
Select Language
Hindi
Bengali
Tamil
Telugu
Marathi
Gujarati
Kannada
Malayalam
Punjabi
Urdu
Oriya

অসমৰ চাহ বাগিচাত নিজৰ কঠোৰ পৰিশ্ৰম আৰু সংগ্ৰামৰে এটা সম্পূৰ্ণ ঐতিহ্য গঢ়ি তোলা আদিবাসী আৰু বঞ্চিত সমাজে দেশ-বিদেশক চাহৰ ওপৰত নিৰ্ভৰশীল অৰ্থনীতি দিছে।

অসমৰ চাহ বাগিচাত নিজৰ কঠোৰ পৰিশ্ৰম আৰু সংগ্ৰামৰে এটা সম্পূৰ্ণ ঐতিহ্য গঢ়ি তোলা আদিবাসী আৰু বঞ্চিত সমাজে দেশ-বিদেশক চাহৰ ওপৰত নিৰ্ভৰশীল অৰ্থনীতি দিছে।
কিন্তু তাৰ বিপৰীতে তেওঁলোকে কি পাইছে?
সত্যটো হ’ল, যিসকল হাত এই পৰিচয় গঢ়িছিল, সেই হাতবোৰেই আজিো সমাজৰ প্ৰান্তত থিয় হৈ আছে।
না সন্মানজনক মজুৰি, না মাটিৰ ওপৰত অধিকাৰ, না শিক্ষাত সমান সুযোগ, না সমাজত সন্মানজনক স্থান।
তাৰোপৰি, অপমানজনক শব্দৰে সম্বোধন কৰা হয়। ই পূৰ্বৰ চৰকাৰসমূহৰ দীঘলীয়া সময়ৰ অৱহেলা আৰু বৈষম্যমূলক মনোভাৱৰ স্পষ্ট প্ৰতিফলন।
এই অন্যায় এতিয়া আৰু চলিব নোৱাৰে।
সময় আহি পাইছে এই ব্যৱস্থাক সলনি কৰাৰ।
আপোনালোক সকলোলৈ আহ্বান জনাওঁ যে আগন্তুক ৯ এপ্ৰিল তাৰিখে ধনু-কাঁড় চিনত আশীৰ্বাদ দি আপোনালোকৰ পুত্ৰ আৰু ভাই পবন সোটালক অধিক ভোটেৰে জয়ী কৰক আৰু নিজৰ অধিকাৰ নিশ্চিত কৰক।
চিহ্ন আমাৰ
ধনু-কাঁড়

0
57 views

Comment