logo
Select Language
Hindi
Bengali
Tamil
Telugu
Marathi
Gujarati
Kannada
Malayalam
Punjabi
Urdu
Oriya

'চি আই টি ইউ'ৰ ৰাজ্যিক সাধাৰণ সম্পাদক তপন শৰ্মাৰ সময়ৰ শৰ

১৯ মাৰ্চ, ২০২৬ :: দেশৰ অন্যান্য পাঁচখন ৰাজ্যৰ লগতে অসমতো ৯ এপ্ৰিলত অনুষ্ঠিত হ'ব বিধানসভাৰ নিৰ্বাচন। নিৰ্বাচনী অধিসূচনা জাৰি হোৱাৰ সময়তে শাসনাধিষ্ঠিত বিজেপি দলে চলে-বলে-কৌশলে পুনৰ শাসনলৈ অহাৰ বাবে চেষ্টা-অপচেষ্টা অব্যাহত ৰখাৰ সময়তে চেণ্টাৰ অৱ ইণ্ডিয়ান ট্ৰেড ইউনিয়নচ্ চমুকৈ 'চি আই টি ইউ'ৰ ৰাজ্যিক সাধাৰণ সম্পাদক তপন শৰ্মাই আজি পুনৰ মাৰিছে—
⏰সময়ৰ শৰ🏹
"বি জে পি দল আৰু চৰকাৰ এন পি এছ ৰ সপক্ষে। ও পি এছ পুনৰ প্ৰবৰ্তন কৰিব হলে চৰকাৰ সলনি কৰিব লাগিব।"

26
11008 views

Comment