logo
Select Language
Hindi
Bengali
Tamil
Telugu
Marathi
Gujarati
Kannada
Malayalam
Punjabi
Urdu
Oriya

জুবিনৰ ন্যায় সন্দৰ্ভত তপন শৰ্মাৰ ফেচবুক পোষ্ট

১৭ মাৰ্চ, ২০২৬ :: চেণ্টাৰ অৱ ইণ্ডিয়ান ট্ৰেড ইউনিয়নচ্ (চি আই টি ইউ)ৰ অসম ৰাজ্যিক কমিটিৰ সাধাৰণ সম্পাদক তপন শৰ্মাই জুবিনৰ ন্যায় সন্দৰ্ভত আগবঢ়াইছে এক ফেচবুক পোষ্ট। তেওঁ লিখিছে, "আমাৰ চিধা কথা……… জুবিনক ন্যায় দিম বুলি কৈ এতিয়া লুটি বাগৰ মাৰা শাসক দলক ক্ষমতাচ্যুত কৰিব লাগে।"

11
6622 views

Comment