সাগৰ।
সাগৰ। সাগৰ তুমি দিলা ভাগৰহ'লো আমি দুৰ্বল। নাপাওঁ আমি আজি উদ্ধাৰ।সাগৰ আছিল তোমাৰ ওপৰত আশ্বাসভাঙি দিলা তুমিআমাৰ বিশ্বাস।সাগৰ তোমাৰ কোমল নিৰৱতাত ভবা নাছিলোঁ।হৰ্থাত তুমি হ'বা উম্মাদ আহিব তোমাৰ প্ৰচণ্ড ঢৌনিবা উৰুৱাই হম আমি দিশহাৰা।নাছিল আমাৰ অনুভৱ বতৰো আছিল ফৰকালনাভাবিলো আহিব আমাৰ ওচৰত মহাকাল।সাগৰ তুমি গভীৰ কৰিলা আমাক অস্থিৰ নাই যেনআজি আমাৰ বস্তি। নকৰোঁ তোমাৰ সৈতে দুষ্টিনাথাকিব আমাৰ সৃষ্টি কৰিবা তুমি বিধ্বস্ত।নকৰিবা সাগৰ সকলোকে এনে দশানহয় সকলো সদাগৰ। ছৈয়দ মহচিন।