শিৱসাগৰ বাণিজ্যিক মহাবিদ্যালয়ৰ বৰ্ষফুত্তি অনুষ্ঠান।
শিৱসাগৰ ঐতিহ্য মণ্ডিত মহাবিদ্যালয়ৰ মহোৎসৱ অতি আকৰ্ষণীয়।সকলো ছাত্ৰ ছাত্ৰীৰ অংশগ্ৰহনৰে পৰিবেশ অধিক আকৰ্ষণীয় কৰি তুলিছিল। মহাবিদ্যালয়ৰ পৰ্য্যায়ত ছাত্ৰ ছাত্ৰীৰ বাবে মহোৎসৱৰ অত্যন্ত মহত্বপূৰ্ণ।এই সময়ছোৱাত পাঠ্য পুঠিৰ পৰা আঁতৰি ফিল্ডলৈ যোৱা হয়।সেই ফিল্ডৰ পৰা পিছলৈ বহুজন দেশৰ আগহাৰি ফিল্মমেকাৰ , ফিটনেচাৰ পাওঁ। আটাইতকৈ ডাঙৰ যুৱ মহোৎসৱৰ যি আজাদি সেইয়া অত্যন্ত আনন্দদায়ক।সেই সময় কণত মহাবিদ্যালয়ৰ শিক্ষা গুৰু বা মা দেউতাৰ শাসনৰ পৰা অলপ আঁতৰি থকা যিটো খুভ সুন্দৰ সময়। মই কলেজৰ পৰা বেডমিন্টন খেলি আহোঁতে পিছফালে ৰেকেট লৈ আহোঁতে ঘৰৰ কাষৰ মোৰ শিক্ষয়িত্ৰী বাইদেউৰ চাৰ তেল আৰু প্ৰাকৃতিক গেছ বিষয়া এজনে লৈ আনিছিল সুধিছিল আজি কিবা আছিল নেকি ?. ক'বলৈ পাওঁ যুৱ মহোৎসৱ আছিলে বহুত ভাল লাগে। সেই সময়খিনি ভাবিব নোৱাৰা সময়।ছৈয়দ মহচিন।