logo

আজান পীৰ।

আজান পীৰ আহিছিলা তুমি অচিনা দেশৰ পৰা আহি ললা সকলো সাৱটি ।আজান পীৰ আছিল আজনবি আহিছিল বাগদাদৰ পৰা, নানিছিল বিভেদ নিবিচাৰিলে পাৰ্থক্য। কৰিছিল সকলোকে আপোন গঢ়িছিল সম্প্ৰতি।থাকি গ'ল স্মৃতি কৰোঁ আমি স্মৰণ নাথাকে তাত জাতি ধৰ্ম বৰ্ণ ভাষা।আজানৰ আছিল বন্ধু, নাম যাৰ শংকৰ। মিলি হ'ল শংকৰ আজান ।নিদিবা ঢলিয়াই তেওঁলোকৰ নীতি আদৰ্শক বিসৰ্জন। বিসৰ্জন নিব উপাৰ্জন নাথাকিব কাকো তোমাৰ প্ৰয়োজন। চৈয়দ মহচিন।

7
532 views