logo

হাজিৰহাটৰ অন্তৰ্গত ঢালুৱামাৰিত ব্ৰহ্মপুত্ৰ নদীৰ ওপৰৰ চলাইছে অবৈধভাৱে খননকাৰ্য:

হাজিৰহাটৰ অন্তৰ্গত ঢালুৱামাৰিত ব্ৰহ্মপুত্ৰ নদীৰ ওপৰৰ চলাইছে অবৈধভাৱে খননকাৰ্য:

আবুল কাশিমৰ ছত্ৰছায়াত চলি আছে ব্ৰক্ষ্মপুত্ৰ নদীৰ খননকাৰ্য:

দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ অন্তৰ্গত হাজিৰহাটৰ ঢালুৱামাৰীত ব্ৰহ্মপুত্ৰ নদীৰ ওপৰৰ ট্ৰাকটৰেৰে অবৈধভাৱে খননকাৰ্য চলাই আছে। বানপানীৰ সময়ত উক্ত ঠাইখিনিত ব্যাপক গৰাখহনীয়াৰ সৃষ্টি হ'ব ইয়াৰ ফলত অঞ্চলটোৰ কৃষি ভূমি; ঘৰ বাৰী আদি ব্ৰহ্মপুত্ৰ নদীৰ বুকুত যে বিলীন হৈ যাব সেয়া নিশ্চিত বুলি ৰাইজে আতংকিত হৈ পৰিছে।
এই ঠাই খিনিত এনেকৈ খননকাৰ্য চলি থাকিলে অহা দিনত অঞ্চলটোত ভয়াবহ পৰিস্থিতিৰ সৃষ্টি হ'ব বুলি ৰাইজে অভিযোগ উত্থাপিত কৰিছে। সেয়েহে উক্ত ঠাইত খননকাৰ্য বন্ধ কৰিবলৈ ৰাইজে দক্ষিণ শালমাৰা মানকাচৰ জিলা প্ৰশাসনক দাবী জনায়।

0
88 views