সাগৰ বুকুতে দিলা বিদায়।
সাগৰতে বুকুতে দিলা বিদায়।দিওঁ এতিয়া কেনেকৈ ব্ৰম্মক বুজনি।বজ্ৰপাত আহিল যে উৰিপৰিল যেন ব্ৰহ্ম মূৰত।নাই আজি ব্ৰহ্মৰ আনন্দহ'ল আজি নিৰানন্দ।নিৰাশা হতাশাইব্ৰম্মই কৰিছে বিননি।বৈৰি বন্ধু সকলো কৰিছে দোষ বতাহত বাঢ়িছে ব্ৰহ্মৰ বিননি।নকৰে কিন্তু কাকো আমনিনাই তাৰ আপত্তি।নাই তাৰ হাহিঁ হ'ল যেন তাৰ মুখৰ মাত মিহি।মনিষ হ'ল মুগ্ধনকৰে তাক অগ্নিদগ্ধ।সাগৰে নাপালে গমআছে যে তোমাৰ মহিমানোকোৱা তুমি গৰিমা বিষয়ে।গৰিমাত থাকে অহংকাৰনালাগে তোমাৰ ভাল।ঘটিল তাতে তোমাৰ কাল।আজি তোমাৰ জটিল ৰোগযাবলৈ দিব নে লাগিছিল ছিংগাপুৰলৈপালা তাত যন্ত্ৰণা দিবলৈনাছিল সান্তনানাছিল তাত সৰলআছিল তাত জটিল সমাজ।হ'ল তোমাৰ সলিল সমাধি।ব্ৰম্মই ভাবিছিলআছে তোমাৰ কৰ্মআছে তোমাৰ পূণ্য।কৰিলা ব্ৰহ্মৰ বহু সপোন পূৰণ।হলা তুমি সফল ললাবিদেশতো তুমিসকলোকে আকোঁৱালি।আছিল জ্যোতি হ'ল সকলোখুতি নাতি পৰিস্কাৰ।নালাগে আজি বেলেগকৈ আবিস্কাৰ।নকৰোঁ কাকোতিৰস্কাৰ নোপোৱাতুমি ভাল সেয়েহে ব্ৰম্ম হ'ল নিৰৱ।আছে ব্ৰম্মৰ বিৰলতাঘটিব পাৰে বিৰল ঘটনা।নাথাকে তাত আপোন পৰ। দিলা কেৱল ব্ৰম্মক বিদায়।আহিলা তুমি বেৰি হোৱাইট হয়।দিলা বিদায় মাগিলা মেলানিকপিছেঁ মেদেনি।নাই আজি কাৰো মনৰ শান্তি। ছৈয়দ মহচিন।