logo

এজন ভিক্ষুৰ স্বৰ্ণনীল যাত্ৰা।


আফ্ৰিকাৰ মহাদেশৰ মিছৰ ৰাজধানী কাইৰো এটা বস্তী অঞ্চলত ভিক্ষু জনে বসবাস কৰিছিল। আচলতে ভিক্ষু জনৰ ককাক আছিল ভগনীয়া তেওঁ দৰিদ্ৰ দেশ ছুডানৰ পৰা কৰ্ম সন্ধানত আহিছিল। পৰবৰ্তী পৰ্য্যায়ত কাইৰোত সৰু চাকৰি আৰম্ভ কৰে। কিন্তু সেই চাকৰি যোগেদি পৰবৰ্তী পৰ্যায়ত ককাকে দেউতাকক শিক্ষিত কৰি চাহাব কৰি তুলে।দেউতাক হৈ পৰিল কেৱল আধ্যাত্মিক নহয় আঢ্যৱন্ত লগতে সম্ভ্ৰান্ত হিচাপে চহৰত পৰিচিত হৈ পৰে। ভিক্ষুৰ শৈশৱত এক গুৰুত্বৰ দুৰ্ঘটনাত পতিত হৈছিল চকু দৃষ্টি শক্তি সামান্য পৰিমানৰ হেৰুৱায় আৰু পৰবৰ্ত্তী পৰ্য্যায়ত মাকৰ অসাধাৰণ চেষ্টা ঔষধৰ জৰিয়তে স্বাভাৱিক অৱস্থালৈ আহিছিল কিন্তু দেউতাক সন্মত নহয় এনে অপদাৰ্থৰ বাবে পইচা অবাবত আৱৰ্জনাত নেপেলায় ।কিছু দিন মাকে কিবা কৰি ভিক্ষুক সুস্থ কৰিছিল । সদায় পইচা পোৱা সম্ভৱ নহয় । গতিকে পৰবৰ্তী পৰ্যায়ত ভিক্ষুৰ অৱস্থা বেয়া লৈ গৈছিল। দেউতাকে তাৰ দৃষ্টি নথকাৰ বাবে পইচা খৰচ কৰাৰ কাৰণে মাকক যথেষ্ট বেয়াকৈ কয় ।আনহাতে মাকে দেউতাক নথকা অৱস্থাত চিকিৎসালয় লৈ গৈছিল আৰু মাকৰ ওচৰত বিশেষ পইচা নাছিল ডাক্তৰ নে ব্ৰাহ্মণ পণ্ডিতে যি আছে তাকে দিয়ক কৈছিল কিন্তু দৃষ্টি শক্তি হেৰুৱাইছে বোলি কোৱা নাছিল।এনেই দেউতাকক মাতিছো বুলি ক'ব আৰু পিছ দিনা কৈছিল। মাকক দেউতাকে গালি গালাজ যিটো সি একেবাৰে সহ্য কৰিব নোৱাৰে।সি সিদ্ধান্ত ল'লে সি কিবা এটা কৰিব তাতে দেউতাকে তাক এক প্ৰকাৰ বাহিৰ কৰি দিলে।কিবা এটা কৰিবলৈ তাৰ দক্ষতা বোলিবলৈ একো নাই তাতে বয়স সেই সময়ত একেবাৰে কম ।মানুহে তাক গালি পাৰে তুমি পঢ়া-শুনা কৰা অন্ধ্ৰ মহাবিদ্যালয়ত ভত্তি হোৱা । আনহাতে একাংশ চিকিৎসকে সকীয়াই দিয়ে তোমাৰ দৃষ্টি যিহেতু কমি আছে পঢ়া শুনা বন্ধ কৰা।মাকৰ নেৰা নেপেৰা চেষ্টাৰ বলত নিম্নতম শিক্ষাৰ ড্ৰাইভিংৰ অনুজ্ঞাপত্ৰ লাভ কৰে আৰু ইচ্ছা চেষ্টা আৰু শ্ৰমৰ জৰিয়তে যিকোনো দিশত গতি কৰিব পাৰে।কিন্তু কথাবোৰ ক'ব নোৱাৰে। তেনেকৈ গুচি আহে।সি এটা কথা ভাবিলে তাৰ যিহেতু কণ্ঠ অতি সুন্দৰ তাতে মানুহে বিশ্বাস কৰে গতিকে মিউজিক স্কুলত গান গাব। কিন্তু তাক পঠোৱা হ'ল মানুহৰ ঘৰে ঘৰে গান গাবলৈ।সি সেই কাৰবাৰ ইমান ভাল নেপায় তাতে মানুহে সাধাৰণতে অন্ধ্ৰ আৰু অস্পৃশ্য বুলি কিবা সামান্য দি আঁতৰি যায়।সেই পইচাৰে সি ঔষধৰে নিজৰ জীৱন গতানুগতিক কৰি তুলে আৰু দায়িত্ববোৰ লৱলৈ ধৰিলে। এদিন তাৰ বস্তি এঘৰ মানুহে গান গাব মাতিলে কিন্তু কাম থাকে গতিকে পিছত আহিবা কয়। এদিন তেনেকৈ যাওঁতে তাৰে বন্ধু নাম ভাৰতীয় বোলি ধৰিলে কিবা এটা হ'ব নাম প্লাবন‌ পদিপ পৰাগ ফৰিদ ফাৰহাদ ।তাৰ বন্ধুৰ এটা সৰু ল'ৰা আছিল বয়স ৫/৬বছৰ হ'ব ।সি হথাৎ কৈ দিলে খোজনিয়া মানুহ মগনীয়া মানুহ আহিছে। শিশুৰ গাত সামান্য দোষ নাছিল কাৰণ মাকৰ সংস্কৃতি বেলেগ হ'ব পাৰে। মাকৰ দেউতাকৰ কথা বাৰ্তাত কোনো ধৰণৰ বেয়া আচৰণ দেখা পোৱা নাযায় আৰু অত্যন্ত ভদ্ৰ আৰু মাকৰ কথা বতৰাই যিকোনো মানুহক মুগ্ধ কৰে । সৰু লৰা কিবা কাৰণত কিবা কথা মাক দেউতাকে পাতিছিল আৰু সৰু লৰা সি কৈ দিলে। এনেকৈ দিনবোৰ গৈ থাকিল জীৱন স্বাভাৱিক আৰু অস্বাভাৱিকতাৰে মাজেৰে। কিন্তু হথাৎ দেউতাক ঢুকালে সি কোনো খবৰ নাপালে গতিকে তাৰ মন বিধ্বস্ত হৈ পৰিছিল। হয়তো শেষ মাতষাৰ দেউতাকৰ শুনিব বিচাৰিছিল। কিন্তু সি নাপালে। আৰু দেউতাকৰ চিকিৎসা ব্যয় বহন কৰিবলৈ শেষ পৰ্য্যায়ত বিফল হৈছিল।পৰবৰ্তী পৰ্য্যায়ত সি অতি দূৰদৰ্শী হৈ পৰিল আৰু সি মৃত্যুক পাহৰি পেলালে।সি মৃত্যু মানে দেউতাকৰ ওচৰত যাব এনেকৈ ভাৱি ললে।সি খোভ কম দিনৰ ভিতৰতে সঙ্গীতৰ জৰিয়তে মহান কলাকাৰ লৈ ৰূপান্তৰ হ'ল।মিছৰত‌ এটা বিখ্যাত নাম হৈ পৰিল।এটা কাহিনী ইয়াৰ সত্যতা নাই। ছৈয়দ মহচিন।

28
1116 views