যাযাবৰী।
যাযাবৰ।যাযাবৰ আমি কৰিছোঁ গতিকৰিছোঁ যাত্ৰানেপাওঁ আমাৰআপোন ঘৰখনি।আছে ঘৰ ।আছে পিতাই আছে মা।নাই আজি কতোবোজা বুজিসকলো আছো একে ঘৰতআছে বহু সংঘাত নাই শান্তিনিথৰুৱা যেন আজি সকলো।ক'ৰবাত হেৰাল বহু সম্পদনিৰুদ্দেশ হ'ল যে বহ কিবা কিবিসময়ক নকৰিবি অপমান নহবি বেপৰুৱা সম্পদ নাথাকিবনিব যমে গমকে নাপাবি কৰিবি কন্দা কটা নাপাবি ঘূৰাই।থাকিবি ন্যায়ত থাকিবি সত্যতনাথাকিব সমস্যা নাহিববিপদ নকৰিব তোককোনোও আলাই অথানি।বিচাৰিছিলি শান্তিনিবাচাৰিলি কৰ্ম।পাবি কেনেকৈ সম্পদ।সম্পদৰ অভাৱত হ'বআজি সকলো যাযাবৰ।