logo

মৌনতা সকলো সময়তে শুদ্ধ নহয়।

মৌনতা মানে নিৰৱে কাম কৰি যোৱা আনক বাধা নিদিবা। কিন্তু মৌনতা মানে এইটো নহয় ।কাৰোবাৰ অন্যায় দেখি নিৰৱে নিতালে মুখখন জপাই ৰখাটো নুবুজাই।মৌনতাৰ বাবে বহু জীৱন শেষ গৈছে ।কাৰণ ৰাজধানী দিল্লীত কেইবাটাও ঘটনা সংঘটিত হৈছে তাৎক্ষণিক ব্যৱস্থা কৰা হেঁতেন ভূক্তভোগিৰ মৃত্যু পৰা ৰেহাই পোৱা লগতে অভিযুক্ত 4/5জনক একেলগে ফাঁচি দিব লগা নহয়। আচলতে কোনোবা এজনী ছোৱালী ব্যক্তি যেতিয়া সন্ধাহীন হয়। লগতে তাইক বা মানুহজনক বিচাৰি উদ্ধাৰ কৰিবলৈ সক্ষম হব লাগিব।তাৰ বাবে আৰক্ষীয়ে ততাতৈয়াকৈ যুদ্ধ কালিন ব্যৱস্থা গ্ৰহণ কৰিলে হয়তো আধা বাটতে ছোৱালী জনীৰ লগতে অভিযুক্তক ধৰিব পাৰিব ।তেতিয়া হয়টো ছোৱালী জনী মৃত্যুৰ পৰা বাছি যাব আৰু লগতে ৪/৫অভিক্তৰ ফাচি দিব লগা নহয়। আৰক্ষীয়ে নাকা তালাচী ব্যৱস্থা কৰাহেতেন বাছ বা গাড়ী ভিতৰতে ধৰিব পাৰিলেহেতেন আৰু কেইবাজনো মানুহ মৃত্যুৰ পৰা ৰক্ষা পালেহেন।ঠিক তেনেকৈ আমি যেতিয়া কাৰোবাৰ অন্যায় দেখি প্ৰতিবাদ নকৰোঁ নিজৰ ঘৰখন কথা চিন্তা কৰি,কিন্তু সেই অন্যায় বোৰ আপোনাৰ ঘৰত সোমাই যাব পাৰে তেতিয়া আপোনাৰ কেনেকুৱা লাগিব। কোনোবা এজনে বাইক খুভ দ্ৰুত গতিত চলাইছে কিন্তু আপুনি মৌনৱতা অৱলম্বণ কৰিছে আৰু বাধা দিয়া নাই।।হয় আধা কিলোমিটাৰ ল'ৰা জনে গৈ জীৱনৰ যৱনিকা পেলালে। গতিকে মৌনতা সকলো সময়ত শুদ্ধ নহয়।ছৈয়দ মহচিন।

12
1425 views