বন্ধুত্ব
বন্ধু সংজ্ঞা হ'ল সলনি।সময়ৰ গতিত আজি হ'ল সকলো ৰূপান্তৰ তাতে ঘঠিছে অথন্তৰ।বন্ধু মানে নহয় বন্ধ দূৱাৰনাথাকে তাত বাধ্য বাধকতা।থাকে দুৱাৰ হয় খোলাযাব পৰা সকলো সময়ত।নালাগে তাত বিশেষ অনুমতি সেইয়া আছিল পুৰণি সময়।নাছিল তাতআধুনিকতাৰ অহংকাৰ।সময় গতিতযান্ত্ৰিকতাৰ জাকজমকতাত উঠিছে জোৱাৰহৈছে আলোড়ন।নাই আজিহৃদয় সম্পৰ্কৰনাই মানৱৰ সম্পৰ্ক।হৈছে দানৱকৰিছে দাদাগিৰি দিছে গালিকৰিছে খণ্ড যুদ্ধ।লাগে লাভনহ'লে হয় অসন্তুষ্ট বন্ধুত্ব আজিবজাৰলৈহ'ল ৰূপান্তৰকৰিছে কিনা বেচা।লাগে লাভকৰিচে বিক্ৰীহৈছে বৰ্বৰদেখাইছে বিৰত্ব।নাথাকে তাতবন্ধুত্বৰ অস্তিত্বহয় বিপন্ন বন্ধুত্বৰ বাবে আজি লাগে ক্ষমতালাগে ধন।নালাগে কেৱলসত্যৰ অনুসন্ধান ।পৰিছা বিপদতবিচাৰিছে বন্ধুকহ'ল কিন্তুবন্ধু অন্তধাননকৰে যে অন্নদানকৰিছে নাটক ।নাপাবা বিপদতকেৱল সহায়।নকৰে তোমাক অনুসন্ধান।পৰিছা নেকি সমস্যাত। নকৰিবা চিন্তাআছে বন্ধু কৰিবতেওঁৰ তোমাক উদ্ধাৰ।নকবা তেনে বাজে কথা।তেনে কথাই মূৰতপেলাই বজ্ৰপাত ।কেতিয়াবা লাগেহৈ যাবযেন ৰক্তপাত ।ৰক্তৰে খেলিছে খেলনালাগে আজি তোমাক ।নকৰে আজিতোমাক উদ্ধাৰআছে ব্যস্ত হৈছে মুগ্ধ ।আছে হাত ৰঙীণ গ্লাচকাষত আছেসুন্দৰী ৰমনী।লাগেনো আৰু কি? নাভাবে তোমাৰ কথা সেইয়া সত্য,ক'ব নাই হলো অন্তধানআছো তোমাৰপৰা বহু ব্যৱধানতনকৰোঁ তোমাৰএতিয়া অনুসন্ধান।কৰিব নোৱাৰোঁতোমাক সহায় নুবুজে তোমাৰদোষ সুখ।নাপাবা বিপদতসহায়ৰ হাতহ'ল আজিসকলো স্বাৰ্থপৰ ।বন্ধু আজিনহয় বিধাতাৰ সৃষ্টি ।হয় ক্ষমতাৰ সৃষ্টি ।কৰিব ক্ষতিকৰিব পথভ্ৰষ্টকৰিব বিধ্বস্ত।নিস্বাৰ্থত নহয়আজি বন্ধু কৰিব বিভ্ৰান্তআনিব বিবাদআহিবগৈতোমাৰ অৱসাদ।ঘটিব বন্ধুত্বৰ অৱসান।বন্ধুত্বৰ বাবেলাগে যোগ্যতাকৰে পৰিক্ষাকৰে অনুসন্ধানআছেন বজাৰততোমাৰ দাম।নহ'লে নহ'বতোমাৰ সৈতে বন্ধুত্বআহিব দূৰত্বকৰিব নাটক আঁতৰিব কেৱল বন্ধুত্ব।দিন গৈ ৰাতি হল।মাহ গুচিবজাৰ হোৱাৰ দৰেপুৰণি দিনৰবন্ধুত্ব গ'ল।আজিসংজ্ঞা হ'ল সলনিনাথাকেমৰম স্নেহৰমানৱীয় সম্বন্ধহ'ল ব্যৱসায়িক সম্বন্ধ।নাথাকে আজি বন্ধুত্বতদয়া ক্ষমা দায়িত্ব। হ'ল সকলো সলনিথাকে হিচাব নিকাচ।নহয় সমাধান।আহে ব্ন্ধুত্বতব্যৱধান।নাথাকে তাতবুজা বুজিবন্ধুত্ব সলনি হ'লগৈ ব্যৱসায় বাণিজ্য।নোৱাৰে তিষ্টিবতেনে সাম্ৰাজ্যতসৰল মনৰ মানূহে।বন্ধুত্বই সংজ্ঞাহ'ল ৰূপান্তৰ।বন্ধুত্ব হ'লগৈ বজাৰ ।নাগালে তাতেতোমাৰ বিপদতকাৰো বেজাৰ। ছৈয়দ মহচিন।